అర్థం : ৰঙা আৰু নীলা ৰং মিহলাই উলিওৱা জামুক বা বেঙেনাৰ নিচিনা ৰং
							ఉదాహరణ : 
							চিত্রকৰজনে চিত্রখনৰ অধিকাংশই বেঙুনীয়া ৰঙেৰে বুলাইছে
							
పర్యాయపదాలు : জামুক ৰং, বেঙ্গুনীয়া
అర్థం : বেঙেনা বা জামুকৰ দৰে ৰঙচুৱা নীলা ৰঙৰ
							ఉదాహరణ : 
							বেঙুনীয়া ৰঙৰ কাপোৰে তেওঁক বৰ ্শুৱায়