అర్థం : পোন বা সৰল নোহোৱা অৱস্থা বা ভাব
							ఉదాహరణ : 
							মেকানিকটোৱে তাঁৰডালৰ বেঁ্কাখিনি আঁতৰ কৰি আছে
							
పర్యాయపదాలు : বক্রতা
అర్థం : যিহৰ মাজ অংশ ইফালে-সিফালে ঢাল খোৱা বা সোমাই যোৱা
							ఉదాహరణ : 
							এই মন্দিৰলৈ যোৱা ৰাস্তাটো অকোৱা-পকোৱা
							
పర్యాయపదాలు : অকোৱা-পকোৱা, একা-বেঁ্কা, কেঁ্কোৰা, টেৰা-বেঁ্কা, পকীয়া, বক্র, বেঁকোৰা, ভঁজুৱা, ভেমেচা, মেচ থকা