అర్థం : ডাকিব পৰা এবিধ সৰু আকাৰৰ বিষাক্ত সৰীসৃপ
							ఉదాహరణ : 
							তেওঁক বৃশ্চিকে ডাকিলে
							
అర్థం : ৰাশিচক্রৰ দ্বাদশ ৰাশিৰ মাজৰ অষ্টম ৰাশি যʼত বিশাখাৰ অন্তিম পাদ, সম্পূর্ণ অনুৰাধা আৰু জেষ্ঠা নক্ষত্র আছে
							ఉదాహరణ : 
							বৃশ্চিক ৰাশিৰ চিহ্ন বিছা
							
పర్యాయపదాలు : বৃশ্চিক ৰাশি, বৃশ্চিকৰাশি