అర్థం : বিশ্বাসঘাতকতা কৰা ব্যক্তি
							ఉదాహరణ : 
							আধুনিক যুগত বিশ্বাসঘাতকৰ অভাৱ নাই
							
పర్యాయపదాలు : বিশ্বাসঘাতক, বিশ্বাসঘাতী
అర్థం : যি বিশ্বাসঘাতকতা কৰে
							ఉదాహరణ : 
							বিশ্বাসঘাতকীৰ ওপৰত আস্থা ৰখাটো উচিত হোৱা নাই
							
పర్యాయపదాలు : অপঘাটক, অপঘাতী, দগাবাজ, নিমখ হাৰাম
అర్థం : বিশ্বাসঘাত কৰোতাজন
							ఉదాహరణ : 
							বিশ্বাসঘাতক লোকযে সমাজত কমা নাই ইতিহাস তাৰ সাক্ষী
							
పర్యాయపదాలు : বিশ্বাসঘাতক, বিশ্বাসঘাতী