అర్థం : প্রতিৰোধ বা বিৰোধ নকৰা
							ఉదాహరణ : 
							অপ্রতিহত যুদ্ধ কেনেকৈ সম্ভৱ হʼল
							
పర్యాయపదాలు : অপ্রতিহত, নির্বিবাদ, প্রতিৰোধহীন
అర్థం : যাৰ কোনো নিয়ন্ত্রণ বা বাধা নাই
							ఉదాహరణ : 
							হিটলাৰ এজন স্বেচ্ছাচাৰী শাসক আছিল
							
పర్యాయపదాలు : কুণ্ঠাৰহিত, নিৰঙ্কুশ, লেকাম নাইকিয়া, স্বেচ্ছাকৃত, স্বেচ্ছাচাৰী