అర్థం : বহুত কথা কʼব পৰাজন
							ఉదాహరణ : 
							প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
							
పర్యాయపదాలు : অতিভাষী, কথকী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকসর্বস্ব, বৰকথকী, বৰকথীয়া, মুখসর্বস্ব
అర్థం : কথা-বতৰা পতাত চতুৰ
							ఉదాహరణ : 
							বাকপটু ৰমেশে নিজৰ কথাৰে সকলোকে প্রভাৱিত কৰিলে