అర్థం : কাৰোবাৰ পৰা কোনো বস্তু আনিবলৈ, বনাবলৈ বা কোনো কাম কৰিবৰ কাৰণে কোৱা বা অনুৰোধ কৰা কার্য
							ఉదాహరణ : 
							তেওঁ নৃত্যপটীয়সী গৰাকীক নিজৰ মনপচন্দৰ গানৰ ফৰমাইচ কৰিলে
							
పర్యాయపదాలు : ফৰমাইচি
అర్థం : কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ
							ఉదాహరణ : 
							দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে
							
పర్యాయపదాలు : অনুৰোধ