అర్థం : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন
							ఉదాహరణ : 
							অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে
							
పర్యాయపదాలు : জাল
అర్థం : এক প্রকাৰৰ নিগনি ধৰা সজা
							ఉదాహరణ : 
							নিগনি ধৰা ফান্দত এটা নিগনি পৰিল
							
పర్యాయపదాలు : নিগনি ধৰা ফান্দ, নিগনি মৰা ফান্দ
అర్థం : ৰচী, তাৰ আদিৰ এনে এক পাশ যʼত পৰিলে জীব বান্ধ খাই পৰে আৰু বান্ধোন টান হৈ গʼলে মৰিবও পাৰে
							ఉదాహరణ : 
							চিকাৰীয়ে শহাটোক ফান্দত পেলালে
							
పర్యాయపదాలు : পাশ