అర్థం : কোনো মূলানুগত সত্যৰ আধাৰত প্রমাণিত কৰিবৰ কাৰণে লোৱা সিদ্ধান্ত
							ఉదాహరణ : 
							তেওঁৰ গৱেষণা কর্মৰ সৈতে সম্বন্ধিত ১২০টা প্রমেয় আছে
							
అర్థం : যি প্রমাণৰ বিষয় হʼব পাৰে
							ఉదాహరణ : 
							প্রমেয় বস্তুবোৰক সযতনে ৰখাটো আৱশ্যকীয়
							
అర్థం : যি জুখিব পাৰি
							ఉదాహరణ : 
							তেওঁ প্রমেয় পদার্থৰ সূচী তৈয়াৰ কৰিলে
							
అర్థం : যি সিদ্ধ কৰিব লাগে
							ఉదాహరణ : 
							গণিতজ্ঞই প্রমেয় সূত্রবোৰ বুজালে