అర్థం : কোনো কাম কৰাৰ পিছত তাৰ বিৰোধীতা বা পৰিণামস্বৰূপে অন্যপক্ষত হোৱা ক্রিয়া
							ఉదాహరణ : 
							চুৰি ধৰা পৰাৰ পিছত বিনা প্রতিক্রিয়াৰে সি নিজৰ দোষ মানি লʼলে
							
అర్థం : কোনো ক্রিয়াৰ সমান কিন্তু বিপৰীত অথবা বিপৰীত দিশত হোৱা কার্য
							ఉదాహరణ : 
							বন্দুক চলোৱাৰ সময়ত লগা ধাক্কাটো তাৰ প্রতিক্রিয়া