అర్థం : শিং থকা চাৰিঠেঙীয়া তৃণভোজী জন্তুবোৰে খোৱা আহাৰ পেটৰ পৰা পুনৰ মুখলৈ উলিয়াই চোবোৱা কার্য
							ఉదాహరణ : 
							গৰুটোৱে ছাঁত বহি ্ঘাঁহ পাগুলি আছে
							
అర్థం : শিং থকা চাৰিঠেঙীয়া জন্তুৱে সিহঁতৰ গলৰ পৰা অলপ-অলপকৈ উলিয়াই পুনৰ খোৱা কার্য
							ఉదాహరణ : 
							বলদটোৱে বহি বহি ্ঘাঁহ পাগুলি আছে
							
పర్యాయపదాలు : পাগুলি থকা