అర్థం : যিজন সৈনিকৰ ওচৰত ্ ঘোঁৰা বা কোনো বাহন নাথাকে
							ఉదాహరణ : 
							সেনা অভিযানৰ সময়ত শত্রুপক্ষৰ শ-শ পদাতিক সৈন্য হতাহত হৈছিল
							
పర్యాయపదాలు : পদাতিক সেনা
అర్థం : দাবাখেলত থকা গুটিসমূহৰ মাজৰ আঠটা গুটি বিশিষ্ট সংখ্যা যাৰ মান সকলোতকৈ
							ఉదాహరణ : 
							দাবাখেলত পদাতিক সৈন্য সদায় পোনে পোনে তথা বেঁ্কাকৈ যায়
							
అర్థం : ভৰিৰে খোজকাঢ়ি যুদ্ধ কৰা সৈনিক
							ఉదాహరణ : 
							প্রাচীনকালৰ যুদ্ধত পদাতিকৰ যথেষ্ট প্রভাৱ আছিল
							
పర్యాయపదాలు : পদাতি, পদাতিক সেনা