అర్థం : নলৰ আকাৰৰ কোনো বস্তু
							ఉదాహరణ : 
							জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
							
పర్యాయపదాలు : চুঙা
అర్థం : জলীয় পদার্থ ্ওলাই যোৱা নলী বা মুখ
							ఉదాహరణ : 
							ভোগজৰাটোৰ নলিচাটো ভাঙি থাকিল
							
అర్థం : ধোঁৱা খোৱা এক বিশেষ প্রকাৰৰ উপকৰণ
							ఉదాహరణ : 
							ৰামে হোকা খাই আছে
							
పర్యాయపదాలు : গুড়গুড়ী, গুৰগুৰী, চিলিম, হোকা, ্ ধোঁৱা খোৱা