అర్థం : পৰীক্ষাৰ সকলো বিষয়তে লাভ কৰা নম্বৰৰ বিৱৰণ থকা তালিকা পত্র বিশেষ
							ఉదాహరణ : 
							মোৰ দশমমান শ্রেণীৰ নম্বৰ তালিকাখন কʼৰবাত হেৰাল
							
పర్యాయపదాలు : মার্কশ্বিট
అర్థం : খেল আদিত সন্মিলিত হোৱা প্রতিযোগীসকলে লাভ কৰা নম্বৰৰ তালিকা বিশেষ
							ఉదాహరణ : 
							তিনিখন মেচত ন নম্বৰ লাভ কৰি ভাৰত নম্বৰ তালিকাত সকলোতকৈ শী্র্ষত আছে
							
పర్యాయపదాలు : নম্বৰ-তালিকা