అర్థం : কোনো দেশৰ নিবাসী
							ఉదాహరణ : 
							ভাৰতত নাগৰিকৰ সুবিধাৰ কাৰণেই পাঁচবছৰীয়া যোজনাবিলাক চলোৱা হʼল
							
పర్యాయపదాలు : নাগৰিক
అర్థం : যি নগৰত বাস কৰে বা নগৰত থাকে
							ఉదాహరణ : 
							গাঁৱলীয়া লোকতকৈ নগৰীয়া লোক বেছি শিক্ষিত
							
పర్యాయపదాలు : চহৰীয়া, নগৰ নিবাসী, নগৰীয়া