అర్థం : মালিক পক্ষক পিছত পৰিশোধ কৰা কোনো বস্তু আদিৰ পৰিমাণ
							ఉదాహరణ : 
							এতিয়া কাপোৰৱালা মহাজনৰ মোৰ ওচৰত দুহাজাৰ টকাৰ ধাৰ আছে
							
అర్థం : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত
							ఉదాహరణ : 
							এই তৰোৱালখনৰ পানী চাবলগীয়া
							
పర్యాయపదాలు : পানী
అర్థం : কʼৰবাৰ পৰা বা কাৰোবাৰ পৰা সুত সহিত বা বিনা সুতেৰে পুনৰ ঘূৰাই দিয়াৰ চুক্তিত লোৱা ধন
							ఉదాహరణ : 
							তেওঁ ঘৰ ্সাজিবৰ কাৰণে বেংকৰ পৰা ঋণ লৈছে
							
పర్యాయపదాలు : ঋণ
అర్థం : নির্দিষ্ট সময়ত ঘূৰাই দিম বুলি কাৰোবাৰ পৰা লোৱা কোনো বস্তু, টকা আদি
							ఉదాహరణ : 
							ৰামে কিতাপখন কিনিবৰ কাৰণে মোৰ পৰা এশ টকা ধাৰলৈ লʼলে
							
అర్థం : হাতিয়াৰ বা অস্ত্রৰ চোক
							ఉదాహరణ : 
							কটাৰীখনৰ ধাৰ নোহোৱা হʼল