అర్థం : কাৰোবাৰ ওপৰত কোনো দোষ লগোৱা কার্য ্বা এওঁ অমুক দোষ বা অপৰাধ কৰিছে বুলি কাৰোবাৰ ওচৰত কোৱা কার্য
							ఉదాహరణ : 
							অনাহকতে কাকো দোষাৰোপ কৰা উচিত নহয়
							
పర్యాయపదాలు : দোষাৰোপন
అర్థం : অভিযুক্তৰ ওপৰত দোষ প্রমাণিত হোৱা সিদ্ধান্ত
							ఉదాహరణ : 
							দোষাৰোপৰ পিছত অভিযুক্তক চাৰি বছৰৰ কাৰাদণ্ড বিহা হʼল
							
పర్యాయపదాలు : দোষনিৰ্ণয়