అర్థం : জ্বলি থকা দীপকৰ শাৰী
							ఉదాహరణ : 
							দিৱালীৰ ৰাতিত ৰমেশৰ ঘৰৰ দুৱাৰত দীপমালা সজ্জিত আছিল
							
పర్యాయపదాలు : দীপমালা
అర్థం : আহিন বা কাতি মাহৰ অমাৱস্যা তিথিৰ দিনাখন ঘৰ আৰু পদূলি আদিত চাকি লগাই পালন কৰা উৎসৱ
							ఉదాహరణ : 
							উত্তৰ ভাৰতত দেৱালী উৎসৱ উলহ-মালহেৰে পালন কৰা হয়
							
పర్యాయపదాలు : দীপান্বিতা, দীপালী, দেৱালী