అర్థం : তুর্কিস্তানৰ অধিবাসী
							ఉదాహరణ : 
							তুর্কীসকলে ভাৰতৰ ওপৰত বাৰে-বাৰে আক্রমণ কৰিছিল
							
పర్యాయపదాలు : তুর্কীস্তান বাসী, তুর্কীস্তান-বাসী
అర్థం : তুর্কী ভাষাৰ বা তাৰ সৈতে সম্বন্ধ থকা
							ఉదాహరణ : 
							শিক্ষাগুৰুৱে তুর্কী ্বর্ণৰ বিষয়ে বুজাই আছে
							
అర్థం : তুর্কীস্তানৰ বা তুর্কীস্তানৰ সৈতে সম্বন্ধ থকা
							ఉదాహరణ : 
							এই তুর্কী টুপিটো তুমি কʼত পালা
							
అర్థం : তুর্কিস্তানত বসবাস কৰোতা
							ఉదాహరణ : 
							ভাৰতত ভালেমান তুর্কী লোকে বসতি কৰি আছে
							
పర్యాయపదాలు : তুর্কীস্তান বাসী, তুর্কীস্তানী