అర్థం : খেলিবলৈ ব্যৱহাৰ কৰা ৰঙীন চিহ্ন আৰু ছবি থকা চাৰিচুকীয়া এবিধ ডাঠ কাগজ বিশেষ
							ఉదాహరణ : 
							তেওঁ খঙতে তাচপাতখিনি ফালি দিলে  এই আলমাৰিটোত কেইবাযোৰাও তাচ আছে
							
పర్యాయపదాలు : তাচপাত, প্লে কার্ড
అర్థం : তাচৰ পাতেৰে খেলিব পৰা খেল
							ఉదాహరణ : 
							কিছুমান লোকে বাগিছাত তাচ খেলি আছে