అర్థం : তাল দিয়া এবিধ বাদ্য, যʼত দুটা বাদ্য একেলগে বাজে
							ఉదాహరణ : 
							যেতিয়া উস্তাদ জাকিৰ হুছেইনৰ আঙুলি তবলাৰ ওপৰত নাচিবলৈ ধৰে তেতিয়া শ্রোতাই বাহ বাহ কৰি উঠে
							
అర్థం : তাল ৰাখি বজাবৰ কাৰণে কাঠৰ খোলাত চামৰা মেৰিয়াই সজা এবিধ যুৰীয়া বাদ্য যʼত দায়নাটোৰ আকাৰ ডুগীটোতকৈ সৰু
							ఉదాహరణ : 
							তবলাবাদকে তবলা অভ্যাস কৰি আছে