అర్థం : ঢিলা হোৱা অৱস্থা বা ভাব
							ఉదాహరణ : 
							নিজৰ কামত ঢিলাই দিলে পিছত অনুশোচনা কৰিবা
							
పర్యాయపదాలు : শিথিলতা
అర్థం : যিটো বেছি গাঢ় নহয়
							ఉదాహరణ : 
							দৈখিনি ঢিলাকৈ বান্ধিলে
							
అర్థం : ঠেক বা কচি বা টানি নবন্ধা
							ఉదాహరణ : 
							মোহনে ঢিলা কাপোৰ পিন্ধে
							
అర్థం : যাক ভালদৰে বন্ধা বা টনা হোৱা নাই
							ఉదాహరణ : 
							ৰছীডাল ঢিলা  হৈ গʼল
							
అర్థం : যিটো ভালদৰে বন্ধা বা লগা নাই
							ఉదాహరణ : 
							এই টেমাটোৰ ঢাকনখন ঢিলা শ্যামে স্ক্রু-ড্রাইভাৰেৰে ঢিলা স্ক্রু টান কৰি আছে