అర్థం : আমেৰিকা, কানাডা আদি দেশত প্রচলিত মুদ্রা
							ఉదాహరణ : 
							ডলাৰৰ মূল্য টকাৰ হিচাপত বাঢ়িহে গৈ আছে
							
అర్థం : বার্মু্দাত প্রচলিত মুদ্রা
							ఉదాహరణ : 
							তোমাৰ ওচৰত কিমান বার্মুদিয়ান ডলাৰ আছে ?
							
పర్యాయపదాలు : বার্মুদিয়ান ডলাৰ
అర్థం : হংকঙত প্রচলিত মুদ্রা
							ఉదాహరణ : 
							এক হংকং ডলাৰ ভাৰতীয় ছটকা মূল্যৰ সমান হয়
							
పర్యాయపదాలు : হংকং ডলাৰ
అర్థం : অষ্ট্রেলিয়াত প্রচলিত মুদ্রা
							ఉదాహరణ : 
							মোৰ ওচৰত কিছু অষ্ট্রেলিয়ান ডলাৰ আছে
							
పర్యాయపదాలు : অষ্ট্রেলিয়ান ডলাৰ
అర్థం : আমেৰিকাত প্রচলিত মুদ্রা
							ఉదాహరణ : 
							এক আমেৰিকান ডলাৰ ভাৰতীয় পঞ্চাশ টকাৰ সমান
							
పర్యాయపదాలు : আমেৰিকান ডলাৰ, ইউ এচ ডলাৰ
అర్థం : বাহামাত চলা মুদ্রা
							ఉదాహరణ : 
							এই সপ্তাহত বাহামিয়ান ডলাৰৰ মূল্যত বৃদ্ধি হৈছে
							
పర్యాయపదాలు : বাহামিয়ান ডলাৰ