అర్థం : খুব ভালকৈ ভৰি থকা
							ఉదాహరణ : 
							এই মোনাটো সূতাৰে ঠাহ খাই আছে
							
అర్థం : ভৰি থকা ঠাইত জোৰ-জবৰদস্তি সোমাই যোৱা
							ఉదాహరణ : 
							ৰামমোহন আৰু সোহনৰ মাজত ঠাহ খাই আছে
							
అర్థం : যʼত কিবা আছে (বিশেষকৈ ওজন বুজোৱাত)
							ఉదాహరణ : 
							ফলেৰে ভৰি থকা ডালটো দোঁ খাই আছে
							
పర్యాయపదాలు : ভর্তি হোৱা, ভৰি থকা