అర్థం : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
							ఉదాహరణ : 
							মোৰ ডিঙিটো টানি ধৰিছে
							
పర్యాయపదాలు : পাক খোৱা, মোচোকা খোৱা, লাগি ধৰা
అర్థం : অনুচিতভাৱে লোৱা
							ఉదాహరణ : 
							মন্দিৰ সজাৰ নামত তেওঁ এহেজাৰ টকা জোৰ কৰি লʼলে
							
పర్యాయపదాలు : জোৰ কৰা, জোৰ-জবৰদস্তি লোৱা