అర్థం : প্রায়েই কাৰোবাৰ পিছত বা লগত লাগি থকা ব্যক্তি বা পদার্থ
							ఉదాహరణ : 
							সেই দুই বন্ধু এজন আনজনৰ ছায়াৰ দৰে
							
పర్యాయపదాలు : ছাঁ
అర్థం : পোহৰৰ সন্মুখত বা পিছৰ পিনে থাকিলে আগফাল বা পিছফালে পৰা কোনো বস্তুৰ আকৃতিৰ অনুৰূপ ছাঁয়া
							ఉదాహరణ : 
							শিশুটোৱে নিজৰ প্রতি্চ্ছাঁয়াটো দেখি সন্তুষ্ট হৈ আছে
							
పర్యాయపదాలు : প্রচ্ছায়া ; ছাঁ, প্রতি্চ্ছাঁয়াটো