అర్థం : কোনো তৰল পদার্থ ছটিওৱা কার্য
							ఉదాహరణ : 
							ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
							
పర్యాయపదాలు : সিঁচা
అర్థం : কোনো বস্তুত বা কোনো বস্তুৰ ওপৰত আন কোনো বস্তু পৰি পেলোৱা
							ఉదాహరణ : 
							আঞ্জাত নিমখ ছটিয়াই দিয়া
							
పర్యాయపదాలు : ছটিয়াই দিয়া
అర్థం : পানী ছটিওৱা কার্য
							ఉదాహరణ : 
							ধূলি নুৰিবৰ কাৰণে মঙলীয়ে দুৱাৰৰ বাহিৰফালে পানী ছটিয়াইছে
							
పర్యాయపదాలు : ছটিয়াই দিয়া
అర్థం : বৰষুণৰ পানীৰ দৰে ওপৰৰ পৰা বা অʼৰ তʼৰ পৰা অহৰহ অধিক মাত্রত কোনো বস্তু সৰি পৰা
							ఉదాహరణ : 
							ছাবিশ জানুৱাৰীৰ দিনা হেলিকপ্তাৰে ফুল ছটিয়ালে
							
పర్యాయపదాలు : বর্ষণ ্কৰা
అర్థం : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
							ఉదాహరణ : 
							খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
							
పర్యాయపదాలు : গুটি ছটিওৱা, গুটি সিঁচা, সিঁচা