అర్థం : কুস্তিত বিপক্ষক হৰোৱাবৰ বাবে কামত লগোৱা বুদ্ধি
							ఉదాహరణ : 
							তেওঁ একেটা চালতে শকত মল্লযোদ্ধাজনক চিৎ কৰি দিলে
							
పర్యాయపదాలు : কৌশল
అర్థం : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!
							ఉదాహరణ : 
							বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে
							
పర్యాయపదాలు : চালি
అర్థం : দবা, তাচ আদি খেলত পাত বা গুটি বাজি মাৰিবলৈ আগবঢ়োৱা কার্য
							ఉదాహరణ : 
							চাল খেলাৰ এইবাৰ আপোনাৰ পাল
							
పర్యాయపదాలు : বাজি