అర్థం : সেই পদ বা কাম যাৰ বাবে বেতন পোৱা যায়
							ఉదాహరణ : 
							আজিকালি চাকৰি পোৱাটো বহুত টান
							
అర్థం : জীৱিক-নি্র্বাহৰ কাৰণে কৰা কাম
							ఉదాహరణ : 
							তেওঁ ্ কাপোৰ বিক্রী কৰাৰ লগতে আন এটা ব্যৱসায়ো আৰম্ভ কৰিছে
							
పర్యాయపదాలు : কাৰবাৰ, চাকৰি-বাকৰি, জীৱিকা, পেশা, বৃত্তি, ব্যৱসায়, ্প্রৱর্তনি, ৰুজি, ৰুজি-ৰোজগাৰ, ৰোজগাৰ