అర్థం : প্রবৃত্ত কৰা
							ఉదాహరణ : 
							গুৰিদেৱৰ সংগই তেওঁক আধ্যাত্মিকতাৰ ফালে ঘূৰালে
							
పర్యాయపదాలు : ঘূৰাই দিয়া
అర్థం : চাৰিওফালে ফুৰা
							ఉదాహరణ : 
							বেংকৰ বিষয়াই ঋণ অনুমোদনৰ কামত মোক বহুত ঘূৰালে
							
అర్థం : দিশ পৰি্বর্তন ্কৰা
							ఉదాహరణ : 
							পথ সলাবৰ কাৰণে ড্রাইভাৰে গাড়ীখন ঘূৰালে
							
అర్థం : পৰিভ্রমণ কৰাত প্রবৃত্ত কৰা বা চাৰিওফালে ঘূৰা কার্য
							ఉదాహరణ : 
							গাইডে আমাক গোটেই চহৰখন ঘূৰোৱা
							
పర్యాయపదాలు : ফুৰোৱা
అర్థం : ভুল কথাৰে বা পথেৰে পৰিচালিত কৰা কাৰ্য
							ఉదాహరణ : 
							তেওঁ ্মোক নিজৰ কথাৰে ঘূৰাই দিলে
							
అర్థం : বতাহত ইফালে-সিফালে হালি থকা
							ఉదాహరణ : 
							প্রতিদ্বন্দ্বীয়ে প্রহাৰ কৰাৰ আগেয়ে তৰোৱাল ঘূৰাই আছে