అర్థం : নাৰীয়ে ককালত মেৰিয়াই পিন্ধা ঘূৰণীয়া আৰু ভাঁজ দিয়া সাজ
							ఉదాహరణ : 
							ঘাঘৰাই ককালৰ পৰা গোৰোহালৈকে ঢাকি ৰাখে
							
పర్యాయపదాలు : ঘাগৰা
అర్థం : ঘাগৰা, পায়জামা আদি বান্ধিবৰ কাৰণে সূতাৰে বনাই লোৱা এক ধৰণৰ ৰছী
							ఉదాహరణ : 
							ঘাঘড়াত গাঁঠিলগাৰ কাৰণে তাক কাটিবলগীয়া হʼল
							
పర్యాయపదాలు : কমৰবান্ধনি, ঘাঘড়া