అర్థం : তুচ্ছ অথবা অতি সাধাৰণ ভাৱে কৰা ব্যৱহাৰ
							ఉదాహరణ : 
							নিজৰ কামৰ সৈতে খেলা কৰা উচিত নহয়
							
పర్యాయపదాలు : ৰং-ধেমালি
అర్థం : খেলৰ প্রদর্শন
							ఉదాహరణ : 
							চার্কাচৰ বাহিৰৰ জাননী ফলকত খেলৰ সলনি হোৱা সময়সূচী মাৰি থোৱা আছিল
							
పర్యాయపదాలు : খেল
అర్థం : মন আনন্দিত কৰিবলৈ বা ব্যায়াম আদিৰ বাবে ইফালে-সিফালে জঁপিওৱা, উল্লাস আদি কৰা
							ఉదాహరణ : 
							লʼৰা-ছোৱালীবোৰে খেলপথাৰত খেলি আছে
							
పర్యాయపదాలు : ক্রীড়া কৰা