అర్థం : যিজন বেপাৰীয়ে কম-কমকৈ মালবস্তু কিনে বা বিক্রী কৰে
							ఉదాహరణ : 
							শ্যাম এজন খুচুৰা বেপাৰী
							
పర్యాయపదాలు : খুচুৰা ব্যৱসায়ী
అర్థం : যিজনে বেলেগকৈ, খুচুৰাকৈ বা কম কমকৈ মাল-বস্তু বা চুক্তিপত্র বেচে
							ఉదాహరణ : 
							তেওঁ খুচুৰা দোকানীজনৰ পৰা দুই কিলো চাউল কিনিলে
							
పర్యాయపదాలు : খুচুৰা দোকানী, গেলামালৰ দোকানী, মুদৈ