అర్థం : কোমল বা অদৃঢ় হোৱা অৱস্থা বা ভাৱ
							ఉదాహరణ : 
							সহজতে ভাগি যোৱা বস্তুৱে নিজৰ অদৃঢ়তাৰ পৰিচয় দিয়ে
							
పర్యాయపదాలు : অদৃঢ়তা, অপৰিপক্কতা
అర్థం : কোমল হোৱা অৱস্থা বা ভাব
							ఉదాహరణ : 
							ফুলৰ কোমলতাই সকলোকে আকর্ষিত কৰে
							
అర్థం : সুকোমল বা মোলায়েম হোৱা অৱস্থা বা ভাব
							ఉదాహరణ : 
							ৰাম, লক্ষ্মণ আৰু সীতাৰ কোমলতা দেখি বনবাসীসকলৰ মনত দয়া উপজিল