అర్థం : সমুদ্র স্তৰৰ পৰা বা ধৰাতলৰ পৰা ওপৰৰ দূৰত্ব
							ఉదాహరణ : 
							উৰাজাহাজখন বহুত ওপৰত উৰি আছে
							
పర్యాయపదాలు : উচ্চতা
అర్థం : লিখা-মেলাৰ একেবাৰে প্রথমত
							ఉదాహరణ : 
							ওপৰত কিছুমান উদাহৰণ দিয়া হৈছে
							
అర్థం : সহায়ৰ আধাৰত
							ఉదాహరణ : 
							মেজৰ ওপৰত ফুলৰ থোপা থোৱা হৈছে