అర్థం : বতাহত উৰিবলে প্রবৃত্ত কৰা বা এনে কিবা কৰা যাৰ দ্বাৰা বতাহত উৰে
							ఉదాహరణ : 
							প্রধান আচার্যই ্পতাকা উৰাই আছে
							
అర్థం : আনৰ হতুৱাই উৰা
							ఉదాహరణ : 
							গোমধান খায় থকা চৰাইবোৰক খেতিয়কজনে লʼৰাটোৰ হতুৱাই উৰুৱালে
							
అర్థం : বতাহত ওপৰলৈ উঠা
							ఉదాహరణ : 
							লʼৰা-ছোৱালীবোৰে চাদৰ ওপৰত চিলা উৰুৱাইছে