అర్థం : * এনে কিবা কৰা যাৰ দ্বাৰা উত্তেজনা আহে
							ఉదాహరణ : 
							গায়কে নিজৰ জোৰদাৰ গীতেৰে শ্রোতাক উত্তেজিত কৰিছিল
							
అర్థం : কাৰোবাক উত্তেজিত কৰি তোলা কার্য
							ఉదాహరణ : 
							ৰামুৱে মোক উচটোৱাত মই শ্যামৰ সৈতে কাজিয়া লাগি ্গʼলোঁ
							
పర్యాయపదాలు : উচটোৱা