అర్థం : ভোজনৰ ইচ্ছা বা আহাৰ খাবলৈ কৰা ইচ্ছা
							ఉదాహరణ : 
							তেওঁৰ অন্নলিপ্সাই তেওঁক্ আহাৰ চুৰ কৰি খাবৰ কাৰণে বাধ্য কৰিলে
							
పర్యాయపదాలు : অন্ন-লিপ্সা
అర్థం : খাবৰ কাৰণে ওপজা ইচ্ছা
							ఉదాహరణ : 
							মাকক দেখিয়েই কেঁচুৱাটোৰ ভোক বাঢ়ি গʼল
							
పర్యాయపదాలు : কলমলনি, কোষ্ঠাগ্নি, ক্ষুধা, জঠৰজ্বালা, জঠৰাগ্নি, জঠৰানল, পেটৰ পোৰণি, বুভুক্ষা, ভোক, ভোজনেচ্ছা