పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ৰৈ যোৱা అనే పదం యొక్క అర్థం.

ৰৈ যোৱা   ক্ৰিয়া

అర్థం : বঞ্চিত হোৱা

ఉదాహరణ : সন্তোষে নিজ পিতৃৰ অন্তিম ্দর্শন কৰিবলৈ থাকি গʼল

పర్యాయపదాలు : থাকি যোৱা

అర్థం : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা

ఉదాహరణ : বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল

పర్యాయపదాలు : থাকি যোৱা

అర్థం : গতিত বাধাৰ উৎপন্ন হোৱা কার্য

ఉదాహరణ : মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল

పర్యాయపదాలు : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰখা

అర్థం : কোনো কাম বা চলি থকা কোনো ক্রম মাজতে বন্ধ হৈ যোৱা

ఉదాహరణ : কাম-কাজ সকলো বন্ধ হৈ গʼল বৰষুণ থামিল

పర్యాయపదాలు : এৰা, থামা, বন্ধ হোৱা, ৰোৱা

అర్థం : কোনো বিশেষ কাৰণত কোনো কাম নোহোৱাকৈ থাকি যোৱা

ఉదాహరణ : পৰীক্ষাত মোৰ দুটা প্রশ্ন ৰৈ গʼল

పర్యాయపదాలు : বাদ পৰিল

అర్థం : বাকী থাকি যোৱা

ఉదాహరణ : ভালে কেইবাৰ ঘঁহি ্ঘঁহি ধোৱাৰ পিছতো এই দাগটো ৰৈ গʼল