అర్థం : চকুৰ মণিৰ পিছৰ আলোক সুবেদী আৱৰণ বা ত্বক
ఉదాహరణ :
ৰেটিনাত হেঁচ্া খোৱাৰ ফলত তেওঁৰ ্ সোঁচকুটো অপাৰেচন কৰিব লগা হʼল
పర్యాయపదాలు : অক্ষিপট, চক্ষুপট, দৃষ্টি পটল
అర్థం : নেত্রগোলকৰ সকলোতকৈ ভিতৰৰ অংশ বা তৃতীয় স্তৰ যাৰ ওপৰত কোনো বস্তুৰ প্রতিবিম্ব গঠন হয়
ఉదాహరణ :
ৰেটিনাৰ আগত প্রতিবিম্ব গঠন হʼলে তাক মায়ʼপিয়া বোলা হয়