సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ
ఉదాహరణ : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে
పర్యాయపదాలు : আনন, গঢ়, চেহেৰা, ঠগ, বদন, মুখ
అర్థం : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)
ఉదాహరణ : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে
పర్యాయపదాలు : আকৃতি, ৰচনা
అర్థం : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ఉదాహరణ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
పర్యాయపదాలు : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত
అర్థం : মুদ্রা, গহণা, বাচন আদি তৈয়াৰ কৰা এবিধ বগা উজ্জ্বল ধাতু
ఉదాహరణ : তেওঁ ্ ৰূপৰ গহণা পিন্ধিছিল
పర్యాయపదాలు : ৰজত, ৰূপা
అర్థం : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই
ఉదాహరణ :
పర్యాయపదాలు : আকাৰ, গঠন, গঢ়, মূর্তৰূপ, স্বৰূপ
అర్థం : পদ বা শ্্ব্দৰ আটাইতকৈ সৰু একক
ఉదాహరణ : ৰূপ দুই প্রকাৰৰ, মুক্ত আৰু বদ্ধ
అర్థం : যি এক বিশেষ আকাৰত প্রদর্শিত বা অভিব্যক্ত হয়
ఉదాహరణ : কালী দুর্গাৰ এক ৰৌদ্র ৰূপ
అర్థం : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য
ఉదాహరణ : তেওঁৰ ্ কান্তি নিৰুপম
పర్యాయపదాలు : কান্তি, সৌন্দর্য
ఆప్ స్థాపించండి