అర్థం : সংস্কৃতত লিখা যিখন গ্রন্থত ৰামৰ চৰিত্রৰ বিস্তৃত বিৱৰণ আছে
ఉదాహరణ :
ৰামায়ণ আদি কবি বাল্মীকিৰ দ্বাৰা ৰচিত
పర్యాయపదాలు : বাল্মীকি ৰামায়ণ
అర్థం : কোনো বিষয়ৰ লগত সম্বন্ধ নথকা অনাৱশ্যকীয় বৃত্তান্ত
ఉదాహరణ :
এতিয়া আপুনি নিজৰ ৰামায়ণ বন্ধ কৰক
అర్థం : ৰামৰ চৰিত্রৰ ্বর্ণ্্না থকা তুলসীদাসে অৱধীত ৰচনা কৰা গ্রন্থ
ఉదాహరణ :
এই মন্দিৰত ৰামচৰিত মানসৰ পাঠ চলি আছে
పర్యాయపదాలు : ৰামচৰিত মানস, ৰামচৰিতমানস