పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ৰাজ্য అనే పదం యొక్క అర్థం.

ৰাজ্য   বিশেষ্য

అర్థం : এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল

ఉదాహరణ : মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল

పర్యాయపదాలు : প্রদেশ

అర్థం : যি শাসনতন্ত্রত ৰাজ্যৰ শাসন কোনো ৰজা বা ৰাণীৰ অধীনত থাকে

ఉదాహరణ : খৰাং বতৰৰ কাৰণে ৰাজ্যই সকলো কৃষকৰে কৰ ৰেহাই দিলে

అర్థం : কোনো প্রদেশত বসবাস কৰা লোক

ఉదాహరణ : সমগ্র ৰাজ্য মুদ্রাস্ফীতিৰ কাৰণে বিবুধিত পৰিছে

పర్యాయపదాలు : প্রদেশ, প্রান্ত

అర్థం : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র

ఉదాహరణ : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে

పర్యాయపదాలు : দেশ, প্রদেশ, প্রান্তৰ

అర్థం : এখন ধৰি লোৱা ক্ষেত, যʼত কোনোবাই প্রভাৱ বিস্তাৰ

ఉదాహరణ : চাৰিওফালে মিছাৰ ৰাজ্য

పర్యాయపదాలు : দেশ, সাম্রাজ্য, স্থলী

అర్థం : স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি ................???

ఉదాహరణ : ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে

పర్యాయపదాలు : প্রদেশ