పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ৰাওনা হোৱা అనే పదం యొక్క అర్థం.

ৰাওনা হোৱা   ক্ৰিয়া

అర్థం : চলনশীল বস্তু আদিয়ে এঠাইৰ পৰা আন এঠাইলৈ যাবৰ কাৰণে সাজু হোৱা

ఉదాహరణ : এই ৰেলগাড়ীখনে দহ বজাত বাৰাণসীলৈ প্রস্থান কৰিব

పర్యాయపదాలు : প্রস্থান কৰা

అర్థం : কোনো বস্তু, ব্যক্তি আদিক এঠাইৰ পৰা আন এঠাইলৈ লৈ যোৱা বা যাবলৈ দিয়া

ఉదాహరణ : ৰামে অঙ্গদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠালে মই এখন চিঠি পঠিয়ালো

పర్యాయపదాలు : পঠিওৱা, পঠোৱা

అర్థం : কোনো প্রাণী, বস্তু আদি এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা কার্য

ఉదాహరణ : মন্ত্রী মহোদয় এতিয়া ইয়াৰ পৰা যাব

పర్యాయపదాలు : গমন কৰা, প্রস্থান কৰা, যোৱা