పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ৰাওনা అనే పదం యొక్క అర్థం.

ৰাওনা   বিশেষ্য

అర్థం : এঠাইৰ পৰা আন ঠাইলৈ যোৱা কার্য

ఉదాహరణ : ৰামৰ বন গমনৰ খবৰ পাই অযোধ্যাবাসী দুখত ভাগি পৰিল আমি আধা ঘণ্টাৰ পিছত প্রস্থান কৰিম

పర్యాయపదాలు : গমন, গুচি যোৱা-, প্রস্থান, প্রয়াণ, পয়াণ, যোৱা-, স্থানত্যাগ, স্থানান্তৰ

ৰাওনা   বিশেষণ

అర్థం : যি কʼৰবাৰ পৰা অন্য কোনো ঠাইলৈ গতি কৰি কৰিছে

ఉదాహరణ : দর্শনৰ ্কাৰণে ৰাওনা হোৱা সাধুসকল মন্দিৰত গৈ পালেগৈ

అర్థం : কোনো নির্দিষ্ট কামৰ কাৰণে প্রেৰণ কৰা

ఉదాహరణ : পর্যবেক্ষণৰ কাৰণে চৰকাৰৰ দ্বাৰা পঠোৱা দল ইয়াত আহি পাইছেহি

పర్యాయపదాలు : পঠোৱা