అర్థం : কোনো বস্তুৰ ৰাসায়নিক প্রয়োগ সম্পর্কে বিচাৰ-বিশ্লেষণ কৰা ঠাই
ఉదాహరణ :
আমাৰ বিদ্যালয়ত ভালেমান ৰসায়নাগাৰ আছে, যʼত সদায় কিবা নহয় কিবা বস্তুৰ পৰীক্ষা চলিয়েই থাকে
పర్యాయపదాలు : প্রয়োগশালা, লেব, লেবৰেটৰী
అర్థం : কোনো পদার্থৰ ্ৰাসায়নিক তত্ত্বৰ গঠন সম্পর্কে পৰীক্ষা-নিৰীক্ষা কৰা স্থান
ఉదాహరణ :
মহাবিদ্যালয়ত ৰসায়নাগাৰ থাকে
పర్యాయపదాలు : ৰসায়নশালা