పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ৰস అనే పదం యొక్క అర్థం.

ৰস   বিশেষ্য

అర్థం : শাৰীৰিক প্রক্রিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা গ্রন্থি বা কোশিকাৰ পৰা নিগৰিত দ্রৱ বিশেষ

ఉదాహరణ : লালটি, হৰমোন আদি ৰসে মানৱ শৰীৰত বিশেষ ভূমিকা পালন কৰে

పర్యాయపదాలు : স্রাৱ

అర్థం : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ

ఉదాహరణ : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়

పర్యాయపదాలు : নি্র্যাস, মন্দ

అర్థం : কোনো পদার্থৰ ্সাৰ বা মূল ভাগ

ఉదాహరణ : ৰস কেইবাপ্রকাৰৰ আছে

అర్థం : কোনো কথাৰ পৰা হোৱা ৰুচি বা তাৰ পৰা পোৱা আনন্দ

ఉదాహరణ : ভক্তই ভগৱানৰ কী্র্তন কৰি আনন্দ লৈ আছে

పర్యాయపదాలు : আনন্দ, মজা

అర్థం : উদ্ভিদ অথবা তাৰ ফুল-পাত আদিত থকা বিশেষ এক ধৰণৰ তৰল পদার্থ ্যাক মোহাৰিলে বা চেপিলে এই তৰল পদার্থ ওলাই আহে

ఉదాహరణ : নিম পাতৰ ৰস খালে আৰু ছালত লগালে চর্মৰোগ ভাল হয়

అర్థం : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ

ఉదాహరణ : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল

పర్యాయపదాలు : অর্ক, আৰক, নি্র্যাস, মূল, ্সাৰ অংশ