పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ৰখা అనే పదం యొక్క అర్థం.

ৰখা   ক্ৰিয়া

అర్థం : নিজৰ অধিকাৰলৈ বা ৰক্ষা কৰিবলৈ অনা কার্য

ఉదాహరణ : চুবুৰীয়াৰ গহণাবোৰ মোৰ ঠাইতে ৰাখিছো তেওঁ এজনী গাইগৰু ৰাখিছে

అర్థం : স্থিত কৰা

ఉదాహరణ : চন্দুকত বহুমূল্যবান বস্তুবোৰক চম্ভালি ৰখা হয়

అర్థం : * কোনো বিশেষ উদ্দেশ্য বা ব্যৱহাৰৰ বাবে বেলেগকৈ ৰখা

ఉదాహరణ : এই সামগ্রী পূজাৰ বাবে ৰখা হৈছে এই স্থান এক ধর্মীয় সংস্থাৰ বাবে সমর্পিত কৰা হৈছে

పర్యాయపదాలు : সমর্পিত কৰা

అర్థం : প্রস্থান নকৰা বা আগুৱাই নোযোৱা:পথ অৱৰোধ হৈ থকাৰ কাৰণে আমি এঘণ্টা ধৰি তাত ৰৈ থাকিবলগীয়া হʼল

ఉదాహరణ :

పర్యాయపదాలు : ৰৈ থকা

అర్థం : কাৰোবাৰ কাৰণে ঠাই সুৰক্ষিত কৰা

ఉదాహరణ : নাটক চাবৰ কাৰণে তেওঁ ্মোলৈ আসন ৰাখিলে

అర్థం : গতিত বাধাৰ উৎপন্ন হোৱা কার্য

ఉదాహరణ : মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল

పర్యాయపదాలు : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰৈ যোৱা

అర్థం : প্রস্তুত কৰা

ఉదాహరణ : তেখেতে নিজৰ চিন্তাধাৰা সভাত ৰাখিলে

అర్థం : বেয়া হʼবলৈ নিদিয়া

ఉదాహరణ : আচাৰক তেলত ডুবাই ৰাখি বহুদিনলৈকে ৰাখিব পাৰি

పర్యాయపదాలు : থোৱা

అర్థం : কোনো ধৰণৰ জ্ঞান, গুণ আদি মনত ধাৰণ কৰা কার্য

ఉదాహరణ : তেওঁ বিজ্ঞানৰ বিষয়ৰ বহুত খবৰ ৰাখে

అర్థం : কোনো ঠাইত বা বস্তু আদিত থকা বস্তু আদিক কোনো অন্য ঠাই বা বস্তু আদিত

ఉదాహరణ : এই কলহটোৰ পানীখিনি আন এটা কলহত ঢালি দিয়া

పర్యాయపదాలు : ঢলা, থোৱা, বকা