పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి হৰা అనే పదం యొక్క అర్థం.

হৰা   ক্ৰিয়া

అర్థం : কোনো লোক আদিক বলপূর্বকভ্াৱে উঠাই লৈ যোৱা

ఉదాహరణ : সন্ত্রাসবাদীয়ে কাশ্মীৰৰ এগৰাকী মন্ত্রীৰ জীয়েকক অপহৰণ কৰিলে

పర్యాయపదాలు : অপহৰণ কৰা, হৰণ কৰা

అర్థం : প্রতিযোগিতা, যুদ্ধ, খেল আদিত সফল নোহোৱাৰ কাৰণে হাতৰ পৰা তাৰ সৈতে সম্পর্কযুক্ত বস্তু যাবলৈ দিয়া

ఉదాహరణ : ৰামানাথে জুৱাত পাঁচ হাজাৰ টকা হাৰিলে

అర్థం : যুদ্ধ, খেল, প্রতিযোগিতা আদিত প্রতিপক্ষৰ সন্মুখত বিফল হোৱা কার্য

ఉదాహరణ : মহাভাৰতৰ যুদ্ধত কৌৰৱ পক্ষ হাৰিছিল

పర్యాయపదాలు : অসফল হোৱা, পৰাজিত হোৱা

అర్థం : প্রচেষ্টা কৰি বিফল হোৱা

ఉదాహరణ : মই জীৱনত হাৰিছোঁ

పర్యాయపదాలు : অসফল হোৱা