సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
ఉదాహరణ : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়
పర్యాయపదాలు : অর্থ, কাৰক, কাৰণ, নিমিত্ত, মূল
అర్థం : প্রমাণিত কৰা কোনো কথা
ఉదాహరణ : উকীলে হেতুৰ সন্ধানত লাগি আছে
అర్థం : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ
ఉదాహరణ : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?
పర్యాయపదాలు : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, মতলব, লক্ষ্য
అర్థం : মূল কাৰণ
ఉదాహరణ : সমস্যাৰ হেতুৰ প্রতি ধ্যান দি সমাধান বিচাৰক
ఆప్ స్థాపించండి